প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷
“এই বিশেষ দিনটোৱে আমাৰ সমাজত শান্তি, সম্প্ৰীতি, দয়া-সহানুভূতিৰ ভাৱ জাগ্ৰত কৰক৷ সকলোৰে জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰক৷”, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
Have a blessed Id-ul-Fitr. pic.twitter.com/71R9GMW3Tf
— Narendra Modi (@narendramodi) June 5, 2019


