‘ৰাজস্থান দিৱস’ উপলক্ষে আজি ৰাজস্থানবাসীক প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাজস্থান হৈছে সাহসৰ ভূমি। ই হৈছে চহকী ঐতিহ্য আৰু মোহনীয় সৌন্দৰ্যৰ স্থান। আমাৰ দেশৰ প্ৰতি এই ভূমিত জন্মগ্ৰহণ কৰা বহু পুৰুষ আৰু মহিলাই অনবদ্য অৱদান আগবঢ়াইছে। ৰাজস্থান দিৱস উপলক্ষে মই ৰাজস্থানৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছো।”
वीर-वीरांगनाओं की भूमि राजस्थान के स्थापना दिवस पर प्रदेश की जनता को हार्दिक बधाई। pic.twitter.com/w0Gi2ABvIo
— Narendra Modi (@narendramodi) March 30, 2018


