প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক লোহৰি উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে কয়—‘লোহৰি উৎসৱৰ এই পবিত্ৰ ক্ষণত দেশবাসীলৈ মই শুভেচ্ছা জনাইছো৷ এই বিশেষ উৎসৱে আমাৰ সমাজলৈ আনন্দ-উল্লাস আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা কৰিছো৷’
Happy Lohri! pic.twitter.com/NVLCc5D5NR
— Narendra Modi (@narendramodi) January 13, 2018