প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি হেৰাথ পোষ্টে উপলক্ষে কাশ্মীৰী পণ্ডিতসকলক সম্ভাষণ জনায়।

এই সন্দৰ্ভত এক্সত এটা পোষ্টত তেওঁ উল্লেখ কৰে -

“হেৰাথ পোষ্টে!

এই উৎসৱ আমাৰ কাশ্মীৰী পণ্ডিত ভাতৃ-ভগ্নী সকলৰ অনবদ্য সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।

এই শুভ ক্ষণত সকলোৰে সুখ-শান্তি-সমৃদ্ধি আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। সকলোৰে কাঙ্খিত সপোন পূৰণ হওক, ন ন সুযোগ সৃষ্টি হওক আৰু সকলোৰে বাবে চিৰকাললৈ সুখ কঢ়িয়াই আনক।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre launches Bhavya scheme to set up 100 industrial parks across country

Media Coverage

Centre launches Bhavya scheme to set up 100 industrial parks across country
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মে’ 2026
May 24, 2026

Strength, Growth & Global Trust: How PM Modi is Transforming India Across Frontiers