PM greets CISF personnel on the Raising Day of CISF

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী(চিআইএছএফ)ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিআইএছএফৰ জোৱানসকলক শুভেচ্ছা জনায়।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত ইয়াৰ জোৱানসকলক শুভেচ্ছা জনাইছো। চিআইএছএফে ব্যতিক্ৰমী ৰূপত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ নিৰাপত্তাৰ প্ৰয়োজনীয়তা পূৰণ কৰিছে, যিবোৰে ভাৰতৰ পূনৰুত্থানৰ সমান্তৰালভাৱে দেশ নিৰ্মাণত অৰিহনা যোগাইছে।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Retail sales up 9% in February; apparel, grocery lead as demand stabilises

Media Coverage

Retail sales up 9% in February; apparel, grocery lead as demand stabilises
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Nagaland meets Prime Minister
March 24, 2026