প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিখাইল গৰ্বাচেভৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"বিংশ শতিকাৰ এজন আগশাৰীৰ ৰাষ্ট্ৰপতি শ্ৰীযুত মিখাইল গৰ্বাচেভৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো, যিয়ে ইতিহাসৰ গতিপথত এক অম্নাল চাপ ৰাখিছে। ভাৰতৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তেওঁৰ অৱদানক আমি সোঁৱৰণ কৰিছোঁ।"
I extend our deepest condolences to the family and friends of H.E. Mr. Mikhail Gorbachev, one of the leading statesmen of the 20th century who left an indelible mark on the course of history. We recall and value his contribution to strengthening of relations with India.
— Narendra Modi (@narendramodi) September 1, 2022


