Prime Minister Shri Narendra Modi has extended his wishes on National maritime Day.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱসত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়—” চহকী ইতিহাস সমৃদ্ধ ভাৰতৰ সমুদ্ৰ ক্ষেত্ৰখনৰ এনে এক সম্ভাৱনা আছে, যিয়ে দেশৰ পৰিৱৰ্তন সম্ভৱ কৰিব পাৰে৷ ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱসত আমি নিশ্চয়তা দিব বিচাৰো যে ৰাষ্ট্ৰৰ সমৃদ্ধিৰ কাৰণে দেশৰ সামুদ্ৰিক শক্তিক অধিক বৃদ্ধি কৰিবলৈ আমি সংকল্পবদ্ধ৷

এক গতিশীল সামুদ্ৰিক খণ্ডৰ প্ৰতি আমাৰ দায়বদ্ধতাক ড০ বাবাচাহেব আম্বেদকাৰে অনুপ্ৰাণিত কৰি আহিছে৷ বাবাচাহেব আম্বেদকাৰে জল শক্তি, জল পথ, জলসিঞ্চন আৰু বন্দৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল৷ এই খণ্ডত তেওঁৰ কাৰ্যসমূহে দেশবাসীৰ কল্যাণৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Media Coverage

"Overwhelmed By The Warmth": PM Modi Receives Grand Welcome In Uzbekistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi