প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱসত শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে লিখে, “আমাৰ মনক আকৃতি প্ৰদান কৰা আৰু আমাৰ দেশ গঢ়াৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে কঠোৰ পৰিশ্ৰমী শিক্ষকসকলৰ প্ৰতি আমি সদায় কৃতজ্ঞ হৈ ৰ’ম৷ শিক্ষক দিৱস উপলক্ষে শিক্ষকসকলৰ উল্লেখযোগ্য প্ৰচেষ্টাৱলীৰ বাবে আমি আমাৰ তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ আমি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতি তেওঁ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷”

“আমাৰ দেশৰ গৌৰৱোজ্জল ইতিহাসৰ সৈতে আমাৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰজ্ঞান শিক্ষকসকলতকৈ আৰু অধিক কোন হ’ব পাৰে৷ শেহতীয়া #MannKiBaatত মই আমাৰ মহান স্বাধীনতা আন্দোলনৰ বহু অজ্ঞাত ঘটনাৰ সন্দৰ্ভত শিক্ষাৰ্থীসকলক শিকোৱাৰ এক ধাৰণাৰ সন্দৰ্ভত শিক্ষকসকলৰ প্ৰতি শ্বেয়াৰ কৰিছিলো৷”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?

Media Coverage

PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ফেব্ৰুৱাৰী 2026
February 15, 2026

Visionary Leadership in Action: From AI Global Leadership to Life-Saving Reforms Under PM Modi