প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯বছৰ অনুৰ্ধ বিশ্বকাপত খিতাপ জয় কৰা ভাৰতীয় যুৱ ক্ৰিকেটাৰসকলক অভিনন্দন জ্ঞাপন কৰিছে৷
“আমাৰ যুৱ ক্ৰিকেটাৰসকলৰ চমকপ্ৰদ প্ৰদৰ্শনত মই অত্যন্ত ৰোমাঞ্চিত হৈ পৰিছো৷ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত চেম্পিয়ন হোৱাৰ বাবে তেওঁলোকক মই অভিনন্দন জনাইছো৷ এই জয়ে প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰিছে৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷
Absolutely thrilled by the stupendous achievement of our young cricketers. Congratulations to them on winning the Under-19 World Cup. This triumph makes every Indian extremely proud.
— Narendra Modi (@narendramodi) February 3, 2018


