Quoteপুৰুষৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টাদশ এছিয়ান গেমছৰ পুৰুষৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ জয় কৰা নীৰজ চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, “নীৰজ চোপ্ৰা খেলপথাৰত নামিলে, তেওঁৰ পৰা আমি সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আশা কৰো৷ এই উদীয়মান তাৰকাগৰাকীয়ে পুৰুষৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ জয় কৰি ভাৰতবাসীক গৌৰৱান্বিত কৰিছে৷ নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপনকাৰী এই প্ৰদৰ্শনৰ বাবে আমি তেওঁক অভিনন্দন জনাইছো৷”.

 

  • Laxman singh Rana September 10, 2022

    नमो नमो 🇮🇳🌹🌹
  • Laxman singh Rana September 10, 2022

    नमो नमो 🇮🇳🌹
  • Laxman singh Rana September 10, 2022

    नमो नमो 🇮🇳
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Making India the Manufacturing Skills Capital of the World

Media Coverage

Making India the Manufacturing Skills Capital of the World
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 জুলাই 2025
July 03, 2025

Citizens Celebrate PM Modi’s Vision for India-Africa Ties Bridging Continents:

PM Modi’s Multi-Pronged Push for Prosperity Empowering India