PM congratulates ISRO team for the successful launch of its 100th satellite

শততম উপগ্ৰহৰ সফল উৎক্ষেপনৰ বাবে ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷

‘পিএছএলভিৰ সফল উৎক্ষেপনৰ বাবে ইছৰো আৰু তেওঁলোকৰ সকলো বিজ্ঞানীলৈ মই আন্তৰিক অভিনন্দন জনাইছো৷ নৱবৰ্ষৰ আৰম্ভণিতে লাভ কৰা এই সাফল্যই মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত দেশৰ ক্ৰমবৰ্ধমান গৌৰৱ বৃদ্ধি কৰাৰ লগতে দেশৰ নাগৰিক, কৃষক আৰু মাছমৰীয়াসকলক উপকৃত কৰিব৷

ইছৰোৰ শততম উপগ্ৰহ উৎক্ষেপনে ইয়াৰ গৌৰৱময় সাফল্যৰ সমান্তৰালকৈ ভাৰতৰ মহাকাশ প্ৰযুক্তিৰ উজ্জ্বল ভৱিষ্যতৰ দিশো প্ৰতিফলিত কৰে৷
ভাৰতৰ সাফল্যৰদ্বাৰা আমাৰ সহযোগী ৰাষ্ট্ৰবোৰো উপকৃত হ’বলৈ সক্ষম হৈছে৷ আজিৰ উৎক্ষেপনৰ জৰিয়তে মুঠ ৩১টা উপগ্ৰহৰ ভিতৰত আন ছয় দেশৰ ২৮টা উপগ্ৰহ মহাকাশলৈ কঢ়িয়াই নিয়া হৈছে৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Marvell to invest $250 million, double India workforce in 3 years

Media Coverage

Marvell to invest $250 million, double India workforce in 3 years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 জুলাই 2026
July 30, 2026

Aatmanirbhar in Action: How PM Modi Turned Vision into Export Multipliers & Safer Rails