প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সদ্যসমাপ্ত ডিফিলিম্পিকত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলক অভিনন্দন জনাইছে৷

২১ মে’ত তেওঁ ভাৰতীয় দলটোক অভ্যৰ্থনা জনাব৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সদ্যসমাপ্ত ডিফিলিম্পিকত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলক অভিনন্দন জনাইছো! আমাৰ দলটোৰ প্ৰতিগৰাকী খেলুৱৈ আমাৰ নাগৰিকসকলৰ বাবে এক প্ৰেৰণা৷

২১ মে’ৰ পুৱা মোৰ বাসগৃহত সমগ্ৰ দলটোক মই অভ্যৰ্থনা জনাম৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
As AI shapes world, Global South must seize the moment

Media Coverage

As AI shapes world, Global South must seize the moment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11ফেব্ৰুৱাৰী 2026
February 11, 2026

Empowering India: PM Modi's Policies Fueling Innovation, Jobs, and Sustainability