প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ৰ এছিয়ান গেমছত মল্লযুঁজৰ ৬৫ কেজি ফ্ৰীষ্টাইল শাখাত স্বৰ্ণ পদক জয় কৰা বজৰং পুনিয়াক অভিনন্দন জনায়।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মল্লযুঁজৰ ৬৫ কেজি ফ্ৰীষ্টাইল শাখাত স্মৰণীয় বিজয়ৰ বাবে বজৰং পুনিয়াক অভিনন্দন জনাইছো। এই জয় অতি বিশেষ কাৰণ এয়া ২০১৮ৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ। আপোনাৰ উজ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনালো।”

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
World TB Day: How India plans to achieve its target of eliminating TB by 2025

Media Coverage

World TB Day: How India plans to achieve its target of eliminating TB by 2025
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi dedicates and lays foundation stone of various projects in Varanasi, UP
March 24, 2023
Share
 
Comments