প্ৰাক্তন সাংসদ তথা সোকসভাৰ অধ্যক্ষ শ্ৰী সোমনাথ চেটাৰ্জীৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰাক্তন সাংসদ তথা লোকভাৰ অধ্যক্ষ শ্ৰী সোমনাথ চেটাৰ্জী এগৰাকী নিষ্ঠাবান ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ কল্যানৰ হকে শক্তিশালীভাৱে মাত মাতি আমাৰ সংসদীয় গণতন্ত্ৰক চহকী কৰি থৈ গৈছে। তেওঁৰ বিয়োগত দুঃখিত হৈছো।  তেওঁৰ পৰিয়ালৰ লগতে সমৰ্থকসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। ”

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s chip market booming, set to hit $100-110 Bn by 2030

Media Coverage

India’s chip market booming, set to hit $100-110 Bn by 2030
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 08 আগষ্ট 2025
August 08, 2025

Bharat’s Bright Future PM Modi’s Leadership Fuels Innovation, Connectivity, and Global Ties