প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ কেৰল বাগত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘দিল্লীৰ কেৰল বাগৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো৷ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা প্ৰকাশ কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷’’
Deeply saddened by the loss of lives due to a fire at Karol Bagh in Delhi.
— PMO India (@PMOIndia) February 12, 2019
I convey my condolences to the families of those who lost their lives.
May the injured recover soon: PM @narendramodi


