প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ কনৌজত পথ দুৰ্ঘটনাত নিহত হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷
প্ৰধানমন্ত্ৰী শোকবাৰ্তাত এইদৰে কয়, ‘‘উত্তৰ প্ৰদেশৰ কনৌজৰ পথ দুৰ্ঘটনাৰ বিষয়ে শুনি অত্যন্ত দুখ পাইছো৷ এই দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছে৷ মই মৃতকসকলৰ পৰিয়াললৈ নিজৰ সমবেদনা প্ৰকাশ কৰিছো লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷’’
उत्तर प्रदेश के कन्नौज में हुए भीषण सड़क हादसे के बारे में जानकर अत्यंत दुख पहुंचा है। इस दुर्घटना में कई लोगों को अपनी जान गंवानी पड़ी है। मैं मृतकों के परिजनों के प्रति अपनी संवेदनाएं प्रकट करता हूं, साथ ही घायलों के शीघ्र स्वस्थ होने की कामना करता हूं।
— Narendra Modi (@narendramodi) January 11, 2020



