প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ সাংসদ বালি দুৰ্গা প্ৰসাদ ৰাওৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়, ‘‘লোকসভাৰসাংসদ বালি দুৰ্গা প্ৰসাদ ৰাওৰ দেহাৱসানত শোক প্ৰকাশ কৰিছো৷ তেওঁ আছিল এজন অভিজ্ঞ নেতা যিয়ে অন্ধ্ৰ প্ৰদেশৰ উন্নয়নত প্ৰভূত অৰিহণা আগবঢ়াইছিল৷ তেওঁৰ পৰিয়াল তথা শুভাকাংক্ষীসকললৈ মই মোৰ সমবেদনা প্ৰকাশ কৰিছো৷ ওম শান্তি৷’’

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s healthcare sector seeing a fundamental digital transformation: Report

Media Coverage

India’s healthcare sector seeing a fundamental digital transformation: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a shooting incident in Canada
February 11, 2026

The Prime Minister, Shri Narendra Modi, extended his heartfelt condolences to the families who have lost their loved ones in a shooting incident in Canada. Shri Modi also wished a speedy recovery to the injured. "India stands in solidarity with the people of Canada in this moment of profound grief", Shri Modi stated.

Shri Modi posted on X:

"Deeply shocked by the horrendous shooting in Canada. I extend my heartfelt condolences to the families who have lost their loved ones and wish a speedy recovery to the injured. India stands in solidarity with the people of Canada in this moment of profound grief."

@MarkJCarney