প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েনাত সংঘটিত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ ঘটনাক গৰিহণা দিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, “ভিয়েনাত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা নৃশংস আক্ৰমণৰ ঘটনাক লৈ অতিশয় দুঃখিত হৈছো। এই শোকাকুল মুহূৰ্তত অষ্ট্ৰিয়াৰ কাষত থিয় দিছে ভাৰত। পীড়িতসকলৰ লগতে পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।”

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Reinventing the Rupee: How India’s digital currency revolution is taking shape

Media Coverage

Reinventing the Rupee: How India’s digital currency revolution is taking shape
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 জুলাই 2025
July 28, 2025

Citizens Appreciate PM Modi’s Efforts in Ensuring India's Leap Forward Development, Culture, and Global Leadership