আফগানিস্তানৰ কাবলুত কৰ্তে পৰৱান গুৰুদ্বাৰাত সন্ত্ৰাবাদীয়ে কাপুৰুষৰ দৰে চলোৱা আক্ৰমণক গৰিহণা দিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ শ্ৰদ্ধালুসকলৰ সুৰক্ষা আৰু কল্যাণ কামনাৰে প্ৰাৰ্থনাও জনায়।

এক টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে;

“কাবুলৰ কৰ্তে পৰৱান গুৰুদ্বাৰাত সন্ত্ৰাসবাদীয়ে কাপুৰুষৰ দৰে চলোৱা আক্ৰমণত স্তম্ভিত হৈছো। মই এই আসুৰিক আক্ৰমণক গৰিহণা দিছো আৰু শ্ৰদ্ধালুসকলৰ সুৰক্ষা তথা কল্যাণ কামনাৰে প্ৰাৰ্থনা জনাইছো”।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
After shrimps, another Indian sector is braving Trump tariffs

Media Coverage

After shrimps, another Indian sector is braving Trump tariffs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ডিচেম্বৰ 2025
December 15, 2025

Visionary Leadership: PM Modi's Era of Railways, AI, and Cultural Renaissance