প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ ১০০মিটাৰ-টি৩৭ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰা শ্ৰেয়াংশ ত্ৰিবেদীক অভিনন্দন জনাইছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“পুৰুষৰ ১০০মিটাৰ-টি৩৭ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰা শ্ৰেয়াংশ ত্ৰিবেদীক আন্তৰিক অভিনন্দন জনাইছো৷ এয়া এক চমৎকাৰ সাফল্য!

তেওঁ নতুন দিগন্তৰ দিশে দৌৰ অব্যাহত ৰাখক।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Maha Bishuba Pana Sankranti
April 14, 2026

The Prime Minister, Narendra Modi has extended greetings on the occasion of Maha Bishuba Pana Sankranti.

In a post on X, he said,

“Happy Maha Bishuba Pana Sankranti!”