PM attends NITI Aayog’s interaction with economists and experts on “Economic Policy – The Road Ahead” 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি বিশেষজ্ঞ তথা ৪০ জন অৰ্থনীতিবিদৰ লগত হোৱা নীতি আয়োগৰ “অৰ্থনৈতিক নীতি – আগুৱাই যোৱাৰ পথ” শীৰ্ষক বাৰ্তালাপত উপস্থিত থাকে।

সভাত অংশগ্ৰহণকাৰীসকলে মেক্ৰ-ইকনমি, কৃষি আৰু গ্ৰামোন্নয়ন, নিয়োগ, স্বাস্থ্য আৰু শিক্ষা, নিৰ্মাণ আৰু ৰপ্তানি, নগৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ আদি বিষয়ৰ ওপৰত নিজৰ বক্তব্য দাঙি ধৰে।

বিত্তমন্ত্ৰী শ্ৰী অৰুণ জেটলীয়ে সকলো অংশগ্ৰহণকাৰীক তেওঁলোকৰ বহুমূলীয়া বক্তব্য তথা পৰামৰ্শৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

উক্ত সভাত প্ৰধানমন্ত্ৰীয়েও অংশগ্ৰহণকাৰীক তেওঁলোকৰ বহুমূলীয়া বক্তব্য, বিভিন্ন অৰ্থনৈতিক বিষয়ৰ ওপৰত তেওঁলোকৰ নিৰীক্ষণ তথা বিশেষ পৰামৰ্শৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

উক্ত সভাত অৰ্থনৈতিক বিষয়ৰ লগত জড়িত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে। নীতি আয়োগৰ অধ্যক্ষ শ্ৰী ৰাজীৱ কুমাৰ আৰু নীতি আয়োগ তথা কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উক্ত সভাত উপস্থিত থাকে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, India sees highest Q1 smartphone exports by value

Media Coverage

Led by iPhones, India sees highest Q1 smartphone exports by value
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুলাই 2026
July 29, 2026

Aatmanirbhar & Eco-Conscious: PM Modi’s Record of Results in Conservation, Banking, Exports & Beyond