অভিনেতা অক্ষয় কুমাৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ প্ৰশংসা কৰে আৰু সুস্বাস্থ্যৰ গুৰুত্বত আলোকপাত কৰে
বিশ্ব স্বাস্থ্য সংস্থা- দক্ষিণ-পূব এছিয়াই নিয়মীয়া শাৰীৰিক সক্ৰিয়তা আৰু এক সন্তুলিত পুষ্টিকৰ আহাৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানত আলোকপাত কৰে
মেদবহুলতাৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ সমৰ্থনত সমগ্ৰ দেশৰ চিকিৎসক তথা বিশেষজ্ঞসকলে অভিমত ব্যক্ত কৰিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু তেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল। এই আহ্বানে চিকিৎসক, খেলুৱৈৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকলৰ পৰা ব্যাপক সমৰ্থন লাভ কৰিছে।


ডেৰাডুনত অনুষ্ঠিত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান’ত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে দেশখনত মেদবহুলতাৰ সমস্যা কেনেদৰে দ্ৰুতগতিত বৃদ্ধি পাইছে সেই সন্দৰ্ভত আলোচনা কৰে যিটো চিন্তাৰ বিষয় কিয়নো মেদবহুলতাই মধুমেহ, হৃদৰোগৰ দৰে ৰোগৰ আশংকা বৃদ্ধি কৰে। ‘ফিট ইণ্ডিয়া’ আন্দোলনৰ প্ৰসংগ উল্লেখৰে তেওঁ সন্তুলিত আহাৰ গ্ৰহণত গুৰুত্ব আৰোপ কৰি ব্যায়াম আৰু আহাৰৰ গুৰুত্বৰ বিষয়ে কয়। তেওঁ খাদ্যত অস্বাস্থ্যকৰ চৰ্বি আৰু তেল হ্ৰাস কৰাতো গুৰুত্ব আৰোপ কৰে আৰু দৈনিক তেলৰ ব্যৱহাৰ ১০% হ্ৰাস কৰাৰ নতুন পৰামৰ্শ দিয়ে।


অভিনেতা অক্ষয় কুমাৰে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰশংসা কৰে আৰু সুস্বাস্থ্যৰ গুৰুত্ব প্ৰসংগত আলোকপাত কৰে।

 

প্ৰধানমন্ত্ৰীৰ আহ্বানক সমৰ্থন কৰি স্বাস্থ্য খণ্ডৰে জড়িতসকল বিপুল সংখ্যাত ওলাই আহিছে। ‘বিশ্ব স্বাস্থ্য সংস্থা দক্ষিণ-পূব এছিয়া’ই প্ৰধানমন্ত্ৰীৰ নিয়মীয়া শাৰীৰিক সক্ৰিয়তা আৰু এক সন্তুলিত পুষ্টিকৰ আহাৰৰ আহ্বানত আলোকপাত কৰে।

 

‘মহাজন ইমেজিং এণ্ড লেব’-ৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ড০ হৰ্ষ মহাজনে মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানক প্ৰশংসা কৰে।

 

‘উজালা চিগনাছ হেল্থকেয়াৰ ছাৰ্ভিচেজ’-ৰ প্ৰতিষ্ঠাপক সঞ্চালক ডাঃ শুচিন বাজাজে কয় যে মেদবহুলতা এক গুৰুতৰ প্ৰত্যাহ্বান যাক আমি এখন দেশ হিচাপে অনতি বিলম্বে আৰু একত্ৰে যুঁজিব লাগিব।

 

আন বিভিন্ন চিকিৎসকেও মেদবহুলতাৰ মোকাবিলা কৰাৰ গুৰুত্বৰ সমৰ্থনত অভিমত ব্যক্ত কৰিছে।

 

মেদবহুলতাৰ বিৰুদ্ধে আন্দোলনৰ সমৰ্থনত কেইবাখনো চিকিৎসালয়, চিকিৎসা সংস্থা আৰু সংগঠনো ওলাই আহিছে, যাৰ ভিতৰত আছে ইণ্ডিয়ান ডেন্টেল এছ'চিয়েশ্যন, টাটা মেম'ৰিয়েল হস্পিটেল, দিল্লীৰ এণ্ডোক্ৰাইন ছ'চাইটী আদি।

মুখৰ স্বাস্থ্য আৰু মেদবহুলতা আহাৰ আৰু জীৱনশৈলীৰ দৰে বিপদাশংকাজনিত কাৰকৰ জৰিয়তে গভীৰভাৱে আন্তঃসংযোগিত। আৰু আগবাঢ়ি যোৱাৰ একমাত্ৰ উপায় হৈছে উমৈহতীয়া বিপদাশংকা কাৰক পদ্ধতি (চিআৰএফএ) যি হৈছে স্বাস্থ্য সজাগতা কাৰ্যসূচী সৃষ্টি কৰাৰ এক পদ্ধতি যি ৰোগৰ বাবে সাধাৰণ বিপদাশংকাৰ কাৰকবোৰ সমাধান কৰে..

 

 

 

 

 

Several hospitals, medical bodies and associations too came out in support of the movement against obesity, including Indian Dental Association, Tata Memorial Hospital, Endocrine Society of Delhi, among others.

 

 

 

 

Sportspersons too have spoken in support of the call given by the Prime Minister. Boxer Vijender Singh said that the campaign launched by PM Modi regarding balanced diet, exercise and health is commendable.

 

Fitness coach Mickey Mehta and World Championship bronze medalist boxer Gaurav Bidhuri have also spoken in support of the initiative by the Prime Minister.

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s march towards self-reliance in med-tech

Media Coverage

India’s march towards self-reliance in med-tech
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch