প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিক ২০২৪ত পুৰুষৰ হাই জাম্প টি-৬৩ত ৰূপৰ পদক অৰ্জন কৰা শাৰদ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে

"শাৰদ কুমাৰে #Paralympics2024ত পুৰুষৰ হাই জাম্প টি৬৩ ত ৰূপৰ পদক জয় লাভ কৰিছে। স্থিৰতা আৰু উৎকৰ্ষতাৰ বাবে তেওঁ প্ৰশংসিত। তেওঁক অভিনন্দন। তেওঁ সমগ্ৰ দেশক অনুপ্ৰাণিত কৰিছে।

#Cheer4Bharat"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka

Media Coverage

Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ডিচেম্বৰ 2025
December 05, 2025

Unbreakable Bonds, Unstoppable Growth: PM Modi's Diplomacy Delivers Jobs, Rails, and Russian Billions