প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ ফেব্ৰুৱাৰীত অসমৰ কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া ঐতিহাসিক এদিনীয়া বিশেষ বিধানসভা অধিৱেশনৰ প্ৰশংসা কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, কেন্দ্ৰ আৰু অসম উভয়ৰে এনডিএ চৰকাৰে বড়ো জনগোষ্ঠীৰ সবলীকৰণ আৰু বড়োসকলৰ আকাংক্ষা পূৰণৰ বাবে অক্লান্তভাৱে কাম কৰি আছে, এই কাম আৰু অধিক উদ্যমেৰে চলি থাকিব।

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল নেটৱৰ্কিং ছাইট ‘এক্স’ত কৰা কোকৰাঝাৰত এদিনীয়া বিধানসভা অধিৱেশনৰ ঘোষণাৰ প্ৰতি সঁহাৰি জনাই, শ্ৰী মোদীয়ে ‘এক্স’ত লিখিছে;

“কেন্দ্ৰ আৰু অসম উভয়ৰে এনডিএ চৰকাৰে বড়ো জনগোষ্ঠীৰ সবলীকৰণ আৰু বড়োসকলৰ আকাংক্ষা পূৰণৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। এই কামবোৰ আৰু অধিক উদ্যমেৰে চলি থাকিব।

মোৰ নিজৰ কোকৰাঝাৰ ভ্ৰমণৰ কথা মনত পৰে, য’ত মই স্পন্দনশীল বড়ো সংস্কৃতিৰ সাক্ষী হৈছিলোঁ।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
99.92% villages in India covered with banking outlets within 5 km radius: Govt

Media Coverage

99.92% villages in India covered with banking outlets within 5 km radius: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 মাৰ্চ 2026
March 31, 2026

 Building a Resilient Bharat: Record Progress in Banking, Infrastructure, EVs, and Conservation Under PM Modi