Share
 
Comments

১৬ ফেব্ৰুৱাৰীত তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত একাধিক উন্নয়নমুলক প্ৰকল্প উদ্বোধনৰ সময়ত ৰিক্সা চালক মংগল কেৱাটৰ সৈতে মিলিত হয়, যিগৰাকীয়ে তেওঁৰ কন্যাৰ বিবাহত প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনাইছিল৷

কেৱাটে ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ গৈ নিমন্ত্ৰণ জনাই আহিছিল আৰু বিষয়টোৰ গুৰুত্ব সহকাৰে লৈ প্ৰধানমন্ত্ৰী মোদীয়ে নিজে কেৱাটলৈ উত্তৰ লিখে৷ তেওঁৰ এখন পত্ৰত কেৱাটৰ কন্যাৰ বিবাহ উপলক্ষে অভিনন্দনমুলক শুভেচ্ছা জনায়, যিটোৱে কেৱাট আৰু তেওঁৰ পৰিয়ালক অতিশয় আনন্দিত কৰি তোলে৷

প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত হ’বলৈ অতি আগ্ৰহী কেৱাটক প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰাণসী ভ্ৰমণৰ সময়ত অতি উসাহেৰে সাক্ষাকৰে৷

প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা অনুপ্ৰাণিত হৈ মংগল কেৱাটে সক্ৰিয়ভাৱে এই স্বচ্ছ অভিযানত জড়িত হৈ তেওঁৰ ডোমৰি গাঁৱৰ গংগা ঘাটটো পৰিস্কাৰ কৰে৷ কেৱাট মা গংগাৰ এগৰাকী ভক্ত আৰু তেওঁৰ উপাৰ্জনৰ এটা অংশ নদীখনৰ উন্নয়নত ব্যয় কৰে৷

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Rs 1,780 Cr & Counting: How PM Modi’s Constituency Varanasi is Scaling New Heights of Development

Media Coverage

Rs 1,780 Cr & Counting: How PM Modi’s Constituency Varanasi is Scaling New Heights of Development
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM congratulates NSIL, IN-SPACe and ISRO on the successful launch of LVM3
March 26, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi has congratulated NSIL, IN-SPACe and ISRO on successful launch of LVM3.

In response to a tweet by OneWeb, the Prime Minister said;

"Congratulations @NSIL_India @INSPACeIND @ISRO on yet another successful launch of LVM3 with 36 @OneWeb satellites. It reinforces India’s leading role as a global commercial launch service provider in the true spirit of Aatmanirbharta."