Share
 
Comments

১৬ ফেব্ৰুৱাৰীত তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত একাধিক উন্নয়নমুলক প্ৰকল্প উদ্বোধনৰ সময়ত ৰিক্সা চালক মংগল কেৱাটৰ সৈতে মিলিত হয়, যিগৰাকীয়ে তেওঁৰ কন্যাৰ বিবাহত প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনাইছিল৷

কেৱাটে ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ গৈ নিমন্ত্ৰণ জনাই আহিছিল আৰু বিষয়টোৰ গুৰুত্ব সহকাৰে লৈ প্ৰধানমন্ত্ৰী মোদীয়ে নিজে কেৱাটলৈ উত্তৰ লিখে৷ তেওঁৰ এখন পত্ৰত কেৱাটৰ কন্যাৰ বিবাহ উপলক্ষে অভিনন্দনমুলক শুভেচ্ছা জনায়, যিটোৱে কেৱাট আৰু তেওঁৰ পৰিয়ালক অতিশয় আনন্দিত কৰি তোলে৷

প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত হ’বলৈ অতি আগ্ৰহী কেৱাটক প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰাণসী ভ্ৰমণৰ সময়ত অতি উসাহেৰে সাক্ষাকৰে৷

প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা অনুপ্ৰাণিত হৈ মংগল কেৱাটে সক্ৰিয়ভাৱে এই স্বচ্ছ অভিযানত জড়িত হৈ তেওঁৰ ডোমৰি গাঁৱৰ গংগা ঘাটটো পৰিস্কাৰ কৰে৷ কেৱাট মা গংগাৰ এগৰাকী ভক্ত আৰু তেওঁৰ উপাৰ্জনৰ এটা অংশ নদীখনৰ উন্নয়নত ব্যয় কৰে৷

Pariksha Pe Charcha with PM Modi
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
Oxygen Express: Nearly 3,400 MT of liquid medical oxygen delivered across India

Media Coverage

Oxygen Express: Nearly 3,400 MT of liquid medical oxygen delivered across India
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2021
May 09, 2021
Share
 
Comments

Modi Govt. taking forward the commitment to transform India-EU relationship for global good

Netizens highlighted the positive impact of Modi Govt’s policies on Ground Level