প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি নতুন দিল্লীত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এটা পোষ্টত কয়,
“মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী @DrMohanYadav51-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@CMMadhyaPradesh”
CM of Madhya Pradesh, @DrMohanYadav51 met Prime Minister @narendramodi.@CMMadhyaPradesh pic.twitter.com/QeMLUuFSIK
— PMO India (@PMOIndia) July 31, 2025


