মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স হেণ্ডেল পোষ্টত কয়ঃ
“মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী @DrMohanYadav51য়ে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”.
@CMMadhyaPradesh”
Chief Minister of Madhya Pradesh, @DrMohanYadav51, met Prime Minister @narendramodi.@CMMadhyaPradesh pic.twitter.com/rvfn8L4noZ
— PMO India (@PMOIndia) May 25, 2025


