আজি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত এইদৰে কয়ঃ
“মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী @DrMohanYadav51-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@CMMadhyaPradesh”
CM of Madhya Pradesh, @DrMohanYadav51, met Prime Minister @narendramodi.@CMMadhyaPradesh pic.twitter.com/veFog4b5jF
— PMO India (@PMOIndia) June 23, 2025


