I. দ্বিপাক্ষিক চুক্তিঃ

 

1. ফিজিত এখন ছুপাৰ-স্পেচিয়েলিটি হাস্পতালৰ ডিজাইন, নিৰ্মাণ, কাৰ্য্যক্ষম, পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবে ভাৰত চৰকাৰ আৰু ফিজি চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি।

2. মেচাৰ্ছ এইচএলএল লাইফকেয়াৰ লিমিটেড আৰু ফিজি ৰিপাব্লিকৰ স্বাস্থ্য আৰু চিকিৎসা সেৱা মন্ত্ৰালয়ৰ মাজত জন ঔষধি আঁচনিৰ অধীনত ঔষধ যোগান সন্দৰ্ভত চুক্তি।

3. ভাৰতীয় মানদণ্ড ব্যুৰ’ (BIS) আৰু ফিজি গণৰাজ্যৰ ৰাষ্ট্ৰীয় বাণিজ্য জোখ-মাখ আৰু মানদণ্ড বিভাগ (DNTMS)-ৰ মাজত প্ৰমাণীকৰণৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তি।

4. ভাৰতৰ ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (NIELIT) আৰু পেচিফিক পলিটেক, ফিজিৰ মাজত মানৱ সামৰ্থ্য বিকাশ, দক্ষতা আৰু আপস্কিলিঙৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি।

5. দ্ৰুত প্ৰভাৱ প্ৰকল্প (QIP) ৰূপায়ণৰ বাবে ভাৰতীয় অনুদান সাহায্য সম্পৰ্কে ভাৰত গণৰাজ্য চৰকাৰ আৰু ফিজি গণৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি।

6. ভাৰত গণৰাজ্য চৰকাৰ আৰু ফিজি গণৰাজ্য চৰকাৰৰ মাজত প্ৰব্ৰজন আৰু গতিশীলতাৰ উদ্দেশ্য ঘোষণা।

7. ফিজিয়ে ছুভাত ইণ্ডিয়ান চ্যান্সেৰী বিল্ডিঙৰ লীজ ডিড অৰ্পণ কৰে।

8. ভাৰত-ফিজিৰ যৌথ বিবৃতিঃ ঘনিষ্ঠ বন্ধুত্বৰ মনোভাৱেৰে অংশীদাৰিত্ব।

II. ঘোষণাঃ

1. ২০২৬-ত ফিজিৰ পৰা ভাৰতলৈ সংসদীয় প্ৰতিনিধি দল আৰু গ্ৰেট কাউন্সিল অৱ চিফছৰ প্ৰতিনিধি দলৰ ভ্ৰমণ।

2. ২০২৫-ত ভাৰতীয় নৌসেনাৰ জাহাজ এখনে ফিজিলৈ বন্দৰ ভ্ৰমণ কৰে।

3. ভাৰতীয় উচ্চায়ুক্ত, ফিজিত প্ৰতিৰক্ষা এটেচ পদ সৃষ্টি।

4. ৰয়েল ফিজি মিলিটেৰী ফ’ৰ্চলৈ এম্বুলেন্স উপহাৰ।

5. ফিজিত চাইবাৰ ছিকিউৰিটি ট্ৰেইনিং চেল (CSTC) স্থাপন।

6. ফিজিৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপত (IPOI) যোগদান।

7. ভাৰতীয় উদ্যোগ সংঘ (CII) আৰু ফিজি বাণিজ্য আৰু নিয়োগকৰ্তা ফেডাৰেচন (FCEF)-ৰ মাজত বুজাবুজিৰ চুক্তি।

8. ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (NABARD) আৰু ফিজি উন্নয়ন বেংকৰ মাজত বুজাবুজিৰ চুক্তি।

9. ফিজি বিশ্ববিদ্যালয়লৈ হিন্দী-তথা-সংস্কৃত শিক্ষকক প্ৰেৰণ।

10. চেনি উদ্যোগ আৰু বহু-জাতিক পৰিক্ৰমা মন্ত্ৰালয়লৈ ম’বাইল ভূমি পৰীক্ষণ লেবৰেটৰী যোগান।

11. চেনি উদ্যোগ আৰু বহু-জাতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত ফিজিৰ চেনি গৱেষণা প্ৰতিষ্ঠানলৈ কৃষি ড্ৰোন যোগান।

12. ফিজিৰ পণ্ডিতসকলৰ এটা দলক ভাৰতত প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত সহায়।

13. ফিজিত ২য় জয়পুৰ ফুট কেম্প।

14. ‘হিল ইন ইণ্ডিয়া’ কাৰ্য্যসূচীৰ অধীনত ভাৰতত বিশেষ চিকিৎসা সেৱা আগবঢ়োৱা হৈছে।

15. ফিজিলৈ ভাৰতৰ ক্ৰিকেট প্ৰশিক্ষক।

16. ফিজি চেনি নিগমলৈ আইটিইচি বিশেষজ্ঞ প্ৰেৰণ আৰু চেনি উদ্যোগৰ কৰ্মচাৰীসকলৰ বাবে আইটিইচি-ৰ বিশেষ প্ৰশিক্ষণ।

17. ভাৰতীয় ঘিউৰ ফিজিৰ বজাৰত প্ৰৱেশ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership