ক্ৰমিক নং

চুক্তি/ বুজাবুজিৰ চুক্তি (MoU)

১)

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বেংক অৱ মৰিচাছৰ মাজত সীমান্ত-অতিক্ৰমি লেনদেনৰ বাবে স্থানীয় মুদ্ৰাৰ (INR বা MUR) ব্যৱহাৰক প্ৰসাৰিতকৰণৰ বাবে ব্যৱস্থা স্থাপনৰ অৰ্থে চুক্তি।

২)

ৰিপাব্লিক অৱ মৰিচাছ চৰকাৰ (ঋণ লওঁতা হিচাপে) আৰু ভাৰতীয় ষ্টেট বেংক (ঋণ দাতা বেংক হিচাপে)ৰ মাজত ঋণ সুবিধা চুক্তি

৩)

ৰিপাব্লিক অৱ মৰিচাছৰ উদ্যোগ, এছএমই আৰু সমবায় মন্ত্ৰালয় (এছএমই বিভাগ) আৰু ভাৰত গণৰাজ্যৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ মাজত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বুজাবুজিৰ চুক্তি।

৪)

ভাৰত গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সুষমা স্বৰাজ বৈদেশিক সেৱা প্ৰতিষ্ঠান আৰু ৰিপাব্লিক অৱ মৰিচাছৰ বৈদেশিক পৰিক্ৰমা, আঞ্চলিক সংহতি আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ।

৫)

মৰিচাছ চৰকাৰৰ লোকসেৱা আৰু প্ৰশাসনিক সংস্কাৰ মন্ত্ৰালয় (MPSAR) আৰু ভাৰত চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ ৰাষ্ট্ৰীয় সুশাসন কেন্দ্ৰ (NCGG)ৰ মাজত বুজাবুজিৰ চুক্তি (MoU)

৬)

ভাৰতীয় নৌসেনা আৰু মৰিচাছ চৰকাৰৰ মাজত হোৱাইট শ্বিপিং ইনফৰ্মেচন আদান-প্ৰদানৰ কাৰিকৰী চুক্তি।

৭)

ভাৰত চৰকাৰৰ ধৰিত্ৰী বিজ্ঞান মন্ত্ৰালয়ৰ ভাৰতীয় ৰাষ্ট্ৰীয় মহাসাগৰ তথ্য সেৱা কেন্দ্ৰ (INCOIS) আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয় (PMO), মৰিচাছ চৰকাৰৰ মহাদেশীয় শ্বেল্ফ বিভাগ, সামুদ্ৰিক অঞ্চল প্ৰশাসন আৰু অন্বেষণ (CSMZAE)ৰ মাজত বুজাবুজিৰ চুক্তি।

৮)

বলবৎকাৰী সঞ্চালকালয় (ED) আৰু ৰিপাব্লিক অৱ মৰিচাছৰ বিত্তীয় অপৰাধ আয়োগ (FCC)ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ

 

ক্ৰমিক নং

প্ৰকল্পসমূহ

১)

অটল বিহাৰী বাজপায়ী লোক সেৱা আৰু উদ্ভাৱন প্ৰতিষ্ঠান, কেপ মালহেউৰেক্সত মৰিচাছ এৰিয়া হেল্থ চেন্টাৰ আৰু ২০টা এইচআইচিডিপি প্ৰকল্প উদ্বোধন (নাম আপডেট কৰা হ’ব)।

হস্তান্তৰঃ

১) ভাৰতীয় নৌসেনাৰ জাহাজৰদ্বাৰা হাইড্ৰ’গ্ৰাফী সমীক্ষাৰ পিছত প্ৰস্তুত কৰা ছেইন্ট ব্ৰেণ্ডন দ্বীপৰ নেভিগেচনেল চাৰ্ট হস্তান্তৰ।

 

ঘোষণাঃ

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে মৰিচাছত নতুন সংসদ ভৱন স্থাপনৰ ক্ষেত্ৰত ভাৰতে সমৰ্থন জনোৱাৰ কথাও ঘোষণা কৰে আৰু উন্নয়ন অংশীদাৰিত্বৰ অধিক বৰ্ধনৰ বাবে দ্বিতীয় পৰ্য্যায়ৰ হাই ইমপেক্ট কমিউনিটি ডেভেলপমেন্ট প্ৰকল্পলৈ সমৰ্থন আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government