ক্ৰ. নং

নথি

ক্ষেত্ৰ

1.

২০৩০ৰ দিশেঃ ভাৰত-ইউৰোপীয় সংঘৰ এক যুটীয়া ব্যাপক কৌশলগত এজেণ্ডা

ভাৰত-ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্বৰ সকলো দিশ সামৰি লোৱা সামগ্ৰিক নথি

2.

ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিৰ বাবে আলোচনা সমাপ্তিৰ যুটীয়া ঘোষণা

বাণিজ্য আৰু অৰ্থনীতি; আৰু বিত্ত

3.

আৰবিআই আৰু ইউৰোপীয়ান ছিকিউৰিটী এণ্ড মাৰ্কেট অথৰিটি (ইএছএমএ) ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ

4.

উন্নত ইলেকট্ৰনিক স্বাক্ষৰ আৰু ছীলৰ প্ৰশাসনিক ব্যৱস্থা

5.

নিৰাপত্তা আৰু প্ৰতিৰক্ষা অংশীদাৰিত্ব

প্ৰতিৰক্ষা আৰু নিৰাপত্তা

6.

ভাৰত-ইউৰোপীয় সংঘৰ তথ্য সুৰক্ষা চুক্তিৰ বাবে আলোচনা আৰম্ভ

7.

গতিশীলতাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বিস্তৃত পৰিকাঠামোৰ বুজাবুজিৰ চুক্তিপত্ৰ

দক্ষতা আৰু গতিশীলতা

8.

দক্ষতাৰ গতিশীলতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰতত ইউৰোপীয় ইউনিয়নৰ পাইলট লিগেল গেটৱে কাৰ্যালয় স্থাপনৰ ঘোষণা

9.

দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা আৰু জৰুৰীকালীন অৱস্থাত সহযোগিতাৰ বিষয়ে এনডিএমএ আৰু ইউৰোপীয় অসামৰিক সুৰক্ষা আৰু মানৱীয় সাহায্য অভিযান সঞ্চালকালয়ৰ (ডিজি-ইচিঅ') মাজত প্ৰশাসনিক ব্যৱস্থাপনা

দুৰ্যোগ ব্যৱস্থাপনা

10.

সেউজ হাইড্ৰ'জেন টাস্ক ফ'ৰ্চ গঠন

স্বচ্ছ শক্তি

11.

২০২৫-২০৩০ বৰ্ষৰ বাবে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবে ভাৰত-ইউৰোপীয় সংঘৰ চুক্তিৰ নৱীকৰণ

বিজ্ঞান আৰু প্ৰযুক্তি, আৰু গৱেষণা আৰু উদ্ভাৱন

12.

হ'ৰাইজান ইউৰোপ কাৰ্যসূচীৰ সৈতে ভাৰতৰ সহযোগিতাৰ চুক্তিৰ বাবে অন্বেষণমূলক আলোচনা আৰম্ভ

13.

মহিলা আৰু যুৱক-যুৱতীসকলৰ বাবে ডিজিটেল উদ্ভাৱন আৰু দক্ষতা হাব, কৃষি আৰু খাদ্য ব্যৱস্থাত মহিলা কৃষকসকলক সৱলীকৰণৰ অৰ্থে সৌৰ-ভিত্তিক সমাধান, প্ৰাৰম্ভিক সতৰ্কতা ব্যৱস্থা আৰু আফ্ৰিকাত সৌৰ-ভিত্তিক বহনক্ষম শক্তিৰ ৰূপান্তৰ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু কেৰিবিয়ান অঞ্চলৰ সৰু দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰৰ অৰ্থে ভাৰত-ইউৰোপীয় সংঘৰ ত্ৰিপাক্ষিক সহযোগিতাৰ অধীনত চাৰিটা প্ৰকল্পৰ যুটীয়া ৰূপায়ণৰ চুক্তি

সংযোগ

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 এপ্ৰিল 2026
April 27, 2026

Sabka Saath, Sabka Vikas 2.0: PM Modi Delivers Self-Reliance, Global Trade & National Pride