ক্ৰং.নং.

সন্ধি/ বুজাবুজি চুক্তি/নথিপত্ৰ/ঘোষণা পত্ৰৰ নাম

জাৰ্মানৰ হৈ বিনিময়

ভাৰতৰ হৈ বিনিময়

সন্ধি

১.

অপৰাধমূলক বিষয়ত পাৰস্পৰিক আইনী সহায় চুক্তি (এমএলএটি)

শ্ৰীমতী এনালেনা বেয়াৰবক, বৈদেশিক মন্ত্ৰী

শ্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা মন্ত্ৰী

চুক্তিসমূহ

২.

গোপনীয় তথ্যৰ বিনিময় আৰু পাৰস্পৰিক সুৰক্ষাৰ চুক্তি

শ্ৰীমতী এনালেনা বেয়াৰবক, বৈদেশিক মন্ত্ৰী

 এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

নথি

৩.

ভাৰত-জাৰ্মান গ্ৰীণ হাইড্ৰজেন ৰোড মেপ

ড° ৰবাৰ্ট হাবেক, অৰ্থনৈতিক পৰিক্ৰমা আৰু জলবায়ু কাৰ্য্য মন্ত্ৰী

শ্ৰী পিয়ুষ গোৱেল, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী

৪.

উদ্ভাৱন আৰু প্ৰযুক্তিৰ ওপৰত ৰোড মেপ

শ্ৰীমতী বেটিনা ষ্টাৰক-ৱাটজিংগাৰ, শিক্ষা আৰু গৱেষণা মন্ত্ৰী (বিএমবিএফ)

শ্ৰী অশ্বিনী বৈষ্ণৱ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী

ঘোষণা পত্ৰ

৫.

নিয়োগ আৰু শ্ৰমৰ ক্ষেত্ৰত যৌথ উদ্দেশ্য ঘোষণা পত্ৰ

শ্ৰীযুত হুবাৰ্টাছ হেইল, ফেডাৰেল শ্ৰম আৰু সামাজিক পৰিক্ৰমা মন্ত্ৰী

ড০ মনসুখ মাণ্ডবিয়া, শ্ৰম আৰু নিয়োগ মন্ত্ৰী

৬.

উন্নত সামগ্ৰীৰ ওপৰত গৱেষণা আৰু উন্নয়নত যৌথ সহযোগিতাৰ বাবে যৌথ উদ্দেশ্য ঘোষণা পত্ৰ

শ্ৰীমতী বেটিনা ষ্টাৰক-ৱাটজিংগাৰ, শিক্ষা আৰু গৱেষণা মন্ত্ৰী (বিএমবিএফ)

ড° জিতেন্দ্ৰ সিং, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব)

৭.

সকলোৰে বাবে ভাৰত-জাৰ্মান সেউজ নগৰীয়া গতিশীলতা অংশীদাৰিত্বৰ সন্দৰ্ভত যৌথ উদ্দেশ্য ঘোষণা পত্ৰ

ড০ বাৰ্বেল কফলাৰ, সংসদীয় পৰিক্ৰমা সচিব

শ্ৰী বিক্ৰম মিশ্ৰী, বৈদেশিক সচিব

বুজাবুজি চুক্তিসমূহ

৮.

দক্ষতা বিকাশ আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত সহযোগিতামূলক বুজাবুজি চুক্তি

শ্ৰীমতী বেটিনা ষ্টাৰক-ৱাটজিংগাৰ, শিক্ষা আৰু গৱেষণা মন্ত্ৰী (বিএমবিএফ)

শ্ৰী জয়ন্ত চৌধুৰী, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
AI Impact Summit: PM Modi showcases India's culture to world leaders

Media Coverage

AI Impact Summit: PM Modi showcases India's culture to world leaders
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ফেব্ৰুৱাৰী 2026
February 19, 2026

BHASHINI to Global Leadership: How PM Modi is Building a Human-Centric AI Future for Bharat & the World