পুডুচেৰীৰ উপ-ৰাজ্যপাল শ্ৰী কে. কৈলাশনাথনে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এইদৰে পোষ্ট কৰেঃ
"পুডুচেৰীৰ উপ-ৰাজ্যপাল শ্ৰী কে. কৈলাশনাথনে কালি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।"
@LGov_Puducherry
Lieutenant Governor of Puducherry, Shri K. Kailashnathan met PM @narendramodi yesterday.@LGov_Puducherry pic.twitter.com/coNUWIAIpt
— PMO India (@PMOIndia) October 16, 2025


