আন্দামান আৰু নিকোবৰৰ উপ-ৰাজ্যপাল এডমাইৰেল ডি কে যোশীয়ে (অৱসৰপ্ৰাপ্ত) আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এক্সত প্ৰধানমন্ত্ৰীয়ে লিখেঃ
“আন্দামান আৰু নিকোবৰৰ উপ-ৰাজ্যপাল এডমাইৰেল ডি কে যোশীয়ে (অৱসৰপ্ৰাপ্ত) আজি প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”
rime Minister Shri Narendra Modi today.
Lieutenant Governor of Andaman & Nicobar Islands, Admiral D K Joshi, (Retd.) met Prime Minister @narendramodi. pic.twitter.com/apwjNATq0S
— PMO India (@PMOIndia) March 20, 2026


