Gandhi Ji’s timeless ideals guide our collective vision for a harmonious, inclusive and prosperous global future:PM

গান্ধীজীৰ কালজয়ী আদৰ্শই এক সুসম, সৰ্বাংগীন আৰু সমৃদ্ধিশালী বিশ্ব ভৱিষ্যতৰ বাবে আমাৰ সামূহিক দৃষ্টিক পথ প্ৰদৰ্শন কৰেঃ প্ৰধানমন্ত্ৰী

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জি-২০ৰ সদস্য ৰাষ্ট্ৰসমূহৰ নেতাসকলে ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াত তেখেতে কয় যে গান্ধীজীৰ কালজয়ী আদৰ্শই এক সুসম, সৰ্বাংগীন আৰু সমৃদ্ধিশালী বিশ্ব ভৱিষ্যতৰ বাবে সামূহিক দৃষ্টিক পথ প্ৰদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

“ঐতিহাসিক ৰাজঘাটত জি-২০ পৰিয়ালে শান্তি, সেৱা, মমতা আৰু অহিংসাৰ মূৰ্ত প্ৰতীক মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায়। 

বৈচিত্ৰ্যপূৰ্ণ ৰাষ্ট্ৰসমূহ একত্ৰিত হোৱাৰ লগে-লগে গান্ধীজীৰ কালজয়ী আদৰ্শই এক সুসম, সৰ্বাংগীন আৰু সমৃদ্ধিশালী বিশ্ব ভৱিষ্যতৰ বাবে আমাৰ সামূহিক দৃষ্টিক পথ প্ৰদৰ্শন কৰে।”

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত প’ষ্ট কৰি এইদৰে কৈছেঃ

“জি-২০ পৰিয়ালে বাপুক শ্ৰদ্ধাঞ্জলি জনাইছে। বিশ্বৰ নেতাসকলে ৰাজঘাট দৰ্শনেৰে মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
As Naxalism ends in Chhattisgarh, village gets tap water for first time

Media Coverage

As Naxalism ends in Chhattisgarh, village gets tap water for first time
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 এপ্ৰিল 2026
April 13, 2026

Nari Shakti, 7% Growth & Global Respect: PM Modi Leadership Formula India is Celebrating