প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘কিষাণ ঋণ পত্ৰ’ই আমাৰ পৰিশ্ৰমী কৃষকসকলৰ জীৱন সহজ কৰি তুলিছে, আৰু ইয়াৰ মূল উদ্দেশ্যও হৈছে এয়াই।

হাতৰাছৰ সাংসদ শ্ৰী ৰাজবীৰ দিলাৰে প্ৰকাশ কৰা এলানি ‘টুইট’-ত কৃষকসকলক ‘কিষাণ ঋণ পত্ৰ’ প্ৰদানে আগবঢ়োৱা সুবিধাৰ বিষয়ে উল্লেখ কৰিছিল।

এইলানি ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই কৰা ‘টুইট’-ত প্ৰধানমন্ত্ৰীয়ে কয়;

“কিষাণ ঋণ পত্ৰই আমাৰ পৰিশ্ৰমী খেতিয়কসকলৰ জীৱন সহজ কৰি তোলা দেখি ভাল লাগিছে। এয়াইতো ইয়াৰ মূল উদ্দেশ্যও”!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI expands to 11 countries as July transactions touch Rs 29.87 lakh crore

Media Coverage

UPI expands to 11 countries as July transactions touch Rs 29.87 lakh crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 আগষ্ট 2026
August 25, 2026

Nari Shakti to Capital Markets: PM Modi’s Reforms Are Rewiring India’s Growth Story