প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী তামিল সংগমম ফ’ৰামক ভাৰতৰ ঐক্য আৰু বৈচিত্ৰৰ এক প্ৰমাণ বুলি অভিহিত কৰে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক শক্তিশালী কৰিছে।

শ্ৰী মোদীয়ে লগতে কয় যে চহকী সংস্কৃতিক উদযাপনেৰে কাশীয়ে পুনৰ কাশী তামিল সংগমমত জনতাক আদৰিবলৈ সাজু হৈছে।

বাৰাণসীত ১৭ৰ পৰা ৩০ ডিচেম্বৰ, ২০২৩লৈ কাশী তামিল সংগমম অনুষ্ঠিত হ’ব।

কাশী তামিল সংগমমৰ টুইটাৰ পোষ্টৰ সঁহাৰি জনায় প্ৰধানমন্ত্ৰীয়ে কয়;

“চহকী সংস্কৃতিক উদযাপনেৰে কাশীয়ে পুনৰ @KTSangamamত জনতাক আদৰিবলৈ ব্যাপক উৎসাহ-উদ্দীপনাৰে সাজু হৈছে। এই ফ’ৰাম ভাৰতৰ ঐক্য আৰু বৈচিত্ৰৰ এক প্ৰমাণ, যিয়ে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক শক্তিশালী কৰিছে।'”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
18% tariffs, boosts to exports, agriculture protected: How India benefits from trade deal with US? Explained

Media Coverage

18% tariffs, boosts to exports, agriculture protected: How India benefits from trade deal with US? Explained
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ফেব্ৰুৱাৰী 2026
February 08, 2026

India Empowered: From Semiconductor Surge to Diaspora Pride Under PM Modi