Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰৱীন্দ কুমাৰ জগন্নাথে অহা ২০জানুৱাৰী ২০২২২ৰ আবেলি ৪.৩০বজাত ভাৰতৰ সহযোগিতাৰে মৰিচাছত নিৰ্মিত সামাজিক গৃহনিৰ্মাণ প্ৰকল্প ভাৰ্চুৱেল মাধ্যমৰে যুটীয়া ভাবে উন্মোচন কৰিব। দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে, দেশখনত স্থাপন কৰা এখন অসামৰিক সেৱা মহাবিদ্যালয় আৰু এটা ৮মেগাৱাট উত্পাদনক্ষম ‘ছ’লাৰ পিভি ফাৰ্ম প্ৰকল্প’ও আনুষ্ঠানিক ভাবে মুকলি কৰিব। এইটো প্ৰকল্পও ভাৰতৰ সহযোগিতাৰে স্থাপন কৰা হৈছে।

ইফালে, মৰিচাছত স্থাপন কৰিবলগীয়া ‘মেট্ৰো এক্সপ্ৰেছ প্ৰকল্প’ৰ লগতে এলানি আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবে ভাৰতে আগবঢ়াব খোজা ১৯০ মিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থসাহায্য সম্পৰ্কীয় এক চুক্তি আৰু এলানি ক্ষুদ্ৰ বিকাশমূলক প্ৰকল্প স্থাপন সন্দৰ্ভত এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত কৰা হ’ব।

 

Explore More
Do things that you enjoy and that is when you will get the maximum outcome: PM Modi at Pariksha Pe Charcha

Popular Speeches

Do things that you enjoy and that is when you will get the maximum outcome: PM Modi at Pariksha Pe Charcha
Mobile imports: PLI scheme has helped reduce India's dependancy on China, says CRISIL report

Media Coverage

Mobile imports: PLI scheme has helped reduce India's dependancy on China, says CRISIL report
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 জুলাই 2022
July 06, 2022
Share
 
Comments

Agnipath Scheme is gaining trust and velocity, IAF received 7.5L applications.

Citizens take pride as India is stepping further each day in the digital world