প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত বন্যপ্ৰাণী বৈচিত্ৰ্য আৰু বন্যজীৱক উদযাপন কৰা সংস্কৃতিৰে আশীৰ্বাদপু্ষ্ট। "আমি সদায় জীৱ-জন্তুৰ সুৰক্ষা আৰু এক বহনক্ষম গ্ৰহৰ প্ৰতি অৰিহণা যোগোৱাৰ ক্ষেত্ৰত সকলোৰে আগত থাকিম", শ্ৰী মোদীয়ে লগতে কয়।


প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:


"বন্যপ্ৰাণী প্ৰেমীসকলৰ বাবে আশ্চৰ্যৰ খবৰ! ভাৰত বন্যপ্ৰাণীবৈচিত্ৰ আৰু বন্যজীৱক উদযাপন কৰা সংস্কৃতিৰে আশীৰ্বাদপুষ্ট। আমি সদায় জীৱ-জন্তুৰ সুৰক্ষা আৰু এক বহনক্ষম গ্ৰহৰ প্ৰতি অৰিহণা যোগোৱাৰ ক্ষেত্ৰত সকলোৰে আগত থাকিম।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
May 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, May 31st. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.