বিদিত গুজৰাটী আৰু বৈশালীক তেওঁলোকৰ অনবদ্য জয়ৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিডে গ্ৰেণ্ড ছুইছ অপেনত বিদিত গুজৰাটী আৰু বৈশালীয়ে অৰ্জন কৰা অনবদ্য জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে৷

টৰণ্টোত অনুষ্ঠিত হ’বলগীয়া ২০২৪ চনৰ সন্মানীয় প্ৰতিযোগিতাতো দুয়োগৰাকী খেলুৱৈয়ে নিজৰ স্থান নিশ্চিত কৰিছে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“ফিডে ছুইছ গ্ৰেণ্ড অ’পেনত ভাৰতে শীৰ্ষ স্থান দখল কৰাটো সঁচাকৈয়ে গৌৰৱৰ মুহূৰ্ত। @viditchess আৰু @chessVaishaliলৈ তেওঁলোকৰ অনবদ্য জয়ৰ বাবে আৰু টৰণ্টোত অনুষ্ঠিত হ'বলগীয়া ২০২৪ চনৰ সন্মানীয় প্ৰতিযোগিতাৰ স্থান নিশ্চিত কৰাৰ বাবে অভিনন্দন জনাইছো। এয়া দবাত ভাৰতীয় দক্ষতাৰ আন এক উদাহৰণ। ভাৰতবাসী সঁচাকৈয়ে আনন্দিত৷”

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Centre hikes MSP on jute by Rs 315, promises 66.8% returns for farmers

Media Coverage

Centre hikes MSP on jute by Rs 315, promises 66.8% returns for farmers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জানুৱাৰী 2025
January 23, 2025

Citizens Appreciate PM Modi’s Effort to Celebrate India’s Heroes