চট্টিশগড়ৰ ছাকমাত হোৱা আক্ৰমণত শ্বহীদ হোৱা সাহসী বীৰ চিআৰপিএফ জোৱানসকললৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে শেষ শ্ৰদ্ধা৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘চট্টিশগড়ৰ ছাকমাত হোৱা আক্ৰমণত প্ৰাণাহুতি দিয়া সাহসী বীৰ চিআৰপিএফ জোৱানসকললৈ সমগ্ৰ দেশে অভিবাদন জনাইছে, শ্ৰদ্ধা জনাইছে৷ এই শোকাকুল সময়ত তেওঁলোকৰ দূখৰ সমভাগী হৈছে সমগ্ৰ দেশ৷’’
India salutes the brave @crpfindia personnel who were martyred in the attack in Sukma, Chhattisgarh.
— Narendra Modi (@narendramodi) March 13, 2018
My thoughts are with the families and friends of the brave martyrs. The nation stands shoulder to shoulder with them in this hour of grief.


