প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে ডুবাইৰ চিঅ’পি-২৮ত ২০২৪-২৬ চনৰ বাবে লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচন (লিডআইটি ২.০)ৰ দ্বিতীয় পৰ্যায়ৰ সহযোগিতাৰে আৰম্ভ কৰে।

ভাৰত আৰু ছুইডেনে লগতে লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচন মঞ্চও মুকলি কৰে, যিয়ে দুয়োখন দেশৰ চৰকাৰ, উদ্যোগ, প্ৰযুক্তি প্ৰদানকাৰী, গৱেষক আৰু থিংক টেংকক সংযোগ কৰিব।

অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে লিডআই ২.০ই তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

• সমাৱেশী আৰু ন্যায়সংগত উদ্যোগ পৰিৱৰ্তন

• কম কাৰ্বনযুক্ত প্ৰযুক্তিৰ সহ-বিকাশ আৰু হস্তান্তৰ

• উদ্যোগ পৰিৱৰ্তনৰ বাবে উত্থানশীল অৰ্থনীতিসমূহলৈ আৰ্থিক সহায়

২০১৯ চনত নিউয়ৰ্কত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু কাৰ্য্য সন্মিলনত ভাৰত আৰু ছুইডেনে সহযোগিতাৰে লিডআইটি আৰম্ভ কৰিছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit

Media Coverage

Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2026
July 11, 2026

Record Exports, Record Investments, Record Pride: India’s Rise Under PM Modi is Multi-Dimensional