প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘শ্ৰী অন্ন’ বা ‘মিলেট’সমূহত স্বাস্থ্য আৰু সুস্থতাৰ বাবে প্ৰয়োজনীয় পথ্য যথেষ্ট পৰিমাণ আছে।

‘ৰাষ্ট্ৰসংঘ’ই ২০২৩ বছৰটোক ‘আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ’ হিচাপে ঘোষণা কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা উদ্যোগৰ দ্বাৰা অনুপ্ৰাণিত হৈ গীতটো যুগুতাই উলিয়াইছে ‘গ্ৰেমী বঁটা’ বিজয়ী ভাৰত-মাৰ্কিন গায়িকা ফালুৱে। তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে সহযোগিতাৰে ‘মিলেট’ সম্বন্ধে প্ৰচাৰ কৰা, কৃষকসকলক ইয়াৰ প্ৰতি উতসাহী কৰাৰ লগতে বিশ্বৰ ক্ষুধা নিবাৰণ কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে এটা গান লিখিবলৈ কৰা প্ৰয়াস সম্বন্ধে ‘টুইট’ কৰে।

ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"এয়া উৎকৃষ্ট প্ৰচেষ্টা@FaluMusic! ‘শ্ৰী অন্ন’ বা ‘মিলেট’সমূহত স্বাস্থ্য আৰু সুস্থতাৰ প্ৰাচুৰ্য আছে। এই গীতটোৰ জৰিয়তে খাদ্য সুৰক্ষা আৰু ক্ষুধা নিবাৰণৰ এক গুৰুত্বপূৰ্ণ কাৰণৰ সৈতে মিহলি হৈছে সৃষ্টিশীলতা।" 

  • RAJENDRAN MANICKAM August 29, 2023

    AMAZING the 🌎 World Ultimate Greatest LEADER our Permanent PM NaMoJi _With 💕 Love RAJA RAJENDRA Ji
  • Bipin kumar Roy August 24, 2023

    Jay Shri Ram
  • SHIVANAND R. NAVINALE June 25, 2023

    Again Modiji again BJP 2024
  • Tribhuwan Kumar Tiwari June 22, 2023

    वंदेमातरम सादर प्रणाम सर सादर त्रिभुवन कुमार तिवारी पूर्व सभासद लोहिया नगर वार्ड पूर्व उपाध्यक्ष भाजपा लखनऊ महानगर उप्र भारत
  • mudita katare June 20, 2023

    jay shree ram🙏🚩
  • Jane ida pais Pinto June 19, 2023

    Modiji😍😍😍😍
  • Bhavin Bhojani June 19, 2023

    Jay shree ram
  • Umakant Mishra June 18, 2023

    Jay Shri ram
  • PRATAP SINGH June 18, 2023

    👇👇👇👇👇👇 मोदी है तो मुमकिन है।
  • Mangesh Singh Rampurya June 18, 2023

    जय श्री राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
PM Modi holds 'productive' exchanges with G7 leaders on key global issues

Media Coverage

PM Modi holds 'productive' exchanges with G7 leaders on key global issues
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 জুন 2025
June 18, 2025

Citizens Appreciate PM Modi’s Reforms Driving Economic Surge