হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নায়াব সিং ছাইনীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰেঃ
"হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী @NayabSainiBJP-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@cmohry”
CM of Haryana, Shri @NayabSainiBJP met Prime Minister @narendramodi.@cmohry pic.twitter.com/DJ2CL7bhkc
— PMO India (@PMOIndia) August 6, 2025


