প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ ত্ৰিৰংগা অভিযানক লৈ সুখ প্ৰকাশ কৰি কয় যে হৰ ঘৰ ত্ৰিৰংগা আন্দোলন সমগ্ৰ ভাৰততে জনপ্ৰিয় হৈ পৰিছে, যিয়ে ১৪০ কোটি ভাৰতীয়ৰ ত্ৰিৰংগাৰ প্ৰতি থকা গভীৰ সন্মানৰ ইংগিত দিয়ে।

অমৃত মহোৎসৱ এক্স হেণ্ডলত তামিলনাডুৰ ৰামেশ্বৰমৰ ওচৰৰ মাণ্ডপামত ভাৰতীয় উপকূলক্ষী বাহিনীৰ ষ্টেচনত হৰ ঘৰ ত্ৰিৰংগা আন্দোলন উদযাপনৰ আভাস শ্বেয়াৰ কৰিছে।

অমৃত মহোৎসৱৰ এক্স পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰে, “#HarGharTiranga সমগ্ৰ ভাৰততে জনপ্ৰিয় হৈ পৰিছে, ইয়াৰ পৰা ত্ৰিৰংগৰ প্ৰতি ১৪০ কোটি ভাৰতীয়ৰ গভীৰ সন্মানৰ ইংগিত পোৱা গৈছে।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Eway bills rise 7.7% to 139.08 mn in August, third highest on record

Media Coverage

Eway bills rise 7.7% to 139.08 mn in August, third highest on record
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership