আজি নতুন দিল্লীত ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী সন্তোষ গংগৱাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইবুলি পোষ্ট কৰিছে:
“ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী সন্তোষ গংগৱাৰ @santoshgangwar-এ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী @narendramodi ক সাক্ষাৎ কৰে।”
@jhar_governor
Governor of Jharkhand, @santoshgangwar met Prime Minister @narendramodi.@jhar_governor pic.twitter.com/71zo8y2kYu
— PMO India (@PMOIndia) November 10, 2025


