বাংলাদেশৰ বৈদেশিক মন্ত্ৰী মহামহিম ড০ এ.কে.আব্দুল মোমেনে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীয়ে বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ বাবে ড০ আব্দুল মোমেনক অভিনন্দন জ্ঞাপন কৰে৷ কাৰ্যকালৰ প্ৰথমটো বিদেশ ভ্ৰমণ হিচাপে ভাৰতক বাছনি কৰাৰ বাবেও বাংলাদেশৰ বৈদেশিক মন্ত্ৰীগৰাকীক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জনায়৷

ড০ আব্দুল মোমেনে শেহতীয়াকৈ বিকশিত দ্বিপাক্ষিক সম্পৰ্কৰ কথা প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত বিশদভাৱে আলোচনা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-বাংলাদেশৰ সম্পৰ্ক বিগত কেইটামান বছৰত উল্লেখনীয়ভাৱে উন্নত হৈছে৷ বাংলাদেশৰ সৈতে একেলগে কাম কৰিবলৈ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ প্ৰথমটো কাৰ্যকালৰ সময়তে দুয়োখন দেশ সংকল্পবদ্ধ হৈছিল বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.

Media Coverage

India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ডিচেম্বৰ 2025
December 08, 2025

Viksit Bharat in Action: Celebrating PM Modi's Reforms in Economy, Infra, and Culture