উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;
“উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী @pushkardhami-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@ukcmo”
CM of Uttarakhand, Shri @pushkardhami, met Prime Minister @narendramodi.@ukcmo pic.twitter.com/oEHWoqEPSo
— PMO India (@PMOIndia) July 14, 2025


