উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছে;
‘উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী @myogiadityanath-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@CMOfficeUP’
Chief Minister of Uttar Pradesh, Shri @myogiadityanath met Prime Minister @narendramodi.@CMOfficeUP pic.twitter.com/qGTxLfFV0z
— PMO India (@PMOIndia) June 11, 2026


