মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
পিএমঅ' ইণ্ডিয়াৰ এক্স হেণ্ডেল পোষ্ট কয়ঃ
“মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী @DrMohanYadav51-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে। @CMMadhyaPradesh”
Chief Minister of Madhya Pradesh, @DrMohanYadav51 met Prime Minister @narendramodi.@CMMadhyaPradesh pic.twitter.com/oswAHz5Ukx
— PMO India (@PMOIndia) March 16, 2026


